সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সৌৰজগতৰ আটাইতকৈ ডাঙৰ নক্ষত্র, যিয়ে আমাক তাপ আৰু পোহৰ দিয়ে
উদাহরণ : সূর্য সকলো শক্তিৰ মূল উৎস সূর্য ্ সৌৰজগতৰ মূল কেন্দ্রবিন্দু
সমার্থক : অংশুমান, অৰুণ, আদিত্য, চকা, তপন, দিননাথ, দিবাকৰ, প্রভাকৰ, বেলি, ভানু, ভাস্কৰ, মিহিৰ, সবিতা, সূর্য, সূৰুয, ৰবি
অর্থ : জুলীয়া পদার্থক ্ কোনো মিহি কাপোৰ, চাকনি আদিৰে সৰকাই দিয়া কার্য, ্ যাতে লেতেৰা, জাবৰ আদি তাত ৰৈ যায়
উদাহরণ : মায়ে চাকনিৰে চাহ চাকিছে
সমার্থক : চালা, ফিল্টাৰ কৰা
ইনস্টল