সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : আচৰণ বা ব্যৱহাৰ আদিত প্রয়োগ কৰিবৰ কাৰণে কৰা আশানুৰূপ কাম
উদাহরণ : মোৰ দহ-বছৰ পুৰণি গাড়ীখন আজিও চলি আছে
সমার্থক : কাম কৰা, চলা
অর্থ : ভালদৰে কাম চলাব পৰাৰ যোগ্য হোৱা
উদাহরণ : তেওঁৰ ব্যৱসায় চলি আছে
সমার্থক : চলা
ইনস্টল