অর্থ : লাঠী আদিৰ প্রয়োগ বা প্রহাৰ হোৱা
উদাহরণ :
আজি বাৱতৰ বস্তিত লাঠী চলিল
অর্থ : মিহি কাপোৰ বা চালনি আদিৰে কোনো গুড়ি বা বীজ আদি সৰকোৱা কার্য, ্ যʼত কাপোৰ বা চালনিৰ ওপৰত কুটা বা ডাঙৰ অংশ ৰৈ যায়
উদাহরণ :
তেওঁ ্ আটাখিনি লদা কৰাৰ আগতে চালি লʼলে আইতাই ঘেঁহু্ চালি আছে
সমার্থক : চালি লোৱা
অর্থ : আহাৰ খোৱাৰ সময় বা খোৱাৰ পিছতো আৰু খাব পৰা
উদাহরণ :
এনেয়ে মই খাই আহিছোঁ তথাপিও মিঠাইটো চলিব মোৰ পেট ভৰি গʼল, আৰু একো নচলিব
অর্থ : সম্বন্ধ, ব্যৱহাৰ আদি ভালদৰে চলি থকা
উদাহরণ :
চোৱাযাওক, মিছাৰ আধাৰত গঢ় লোৱা এই সম্পর্ক কিমান দিন চলে
অর্থ : কোনো বস্তু আদিৰ প্রচলনত অহা
উদাহরণ :
টোগলকৰ শাসনকালত তেওঁৰ ্নামত মুদ্রা চলিছিল
সমার্থক : প্রচলিত হোৱা
অর্থ : সোনকালে বেয়া বা নষ্ট নোহোৱা বা কামত দিয়া
উদাহরণ :
ভাল কোম্পানীৰ উৎপাদিত সামগ্রী বেছিদিন চলে
সমার্থক : টিকা
অর্থ : প্রভুত্ব বিস্তাৰ কৰা কার্য
উদাহরণ :
গাঁৱত তেওঁৰ বহুত চলে