পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে চম্ভালা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

চম্ভালা   ক্ৰিয়া

অর্থ : কোনো ব্যক্তি বা বস্তু আদিৰ ধ্যান ৰখা

উদাহরণ : মোৰ বোৱাৰীজনীয়ে এতিয়া চাকৰি বাদ দি লʼৰা-ছোৱালী তথা ঘৰখন চম্ভালে

সমার্থক : চকু-কাণ দিয়া, দায়িত্ব বহন কৰা, পালন কৰা

অর্থ : কোনো কাম আদিৰ দায়িত্ব লোৱা

উদাহরণ : নবোৱাৰীৰ দ্বাৰা ঘৰ চম্ভালা নাযায়

অর্থ : ৰোধ কৰি বশত অনা

উদাহরণ : দুর্গুণৰ ্পৰা বাচিবৰ কাৰণে মই নিজকে বহুত চম্ভালিছোঁ

অর্থ : কোনো মনোবেগক বাধা দিয়া

উদাহরণ : জীৱন-মৰণটো নিয়তিৰ খেল, আপুনি শোকাকূল নহʼব, নিজকে নিজে চম্ভালক

অর্থ : কোনো বস্তু ভালে আছে নে নাই চোৱা

উদাহরণ : নিজৰ কাপোৰ চম্ভালা