সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : দহৰ লগত চাৰি যোগ কৰিলে পোৱা সংখ্যা
উদাহরণ : চৈধ্যৰ পৰা চাৰি বিয়োগ কৰিলে দহহে থাকে
সমার্থক : চৈধ্য
অর্থ : গণনাত চৈধ্য নম্বৰ স্থানত অহা
উদাহরণ : আজি শুক্ল পক্ষৰ চতুর্দশ তিথি
সমার্থক : ১৪শ
অর্থ : দহতকৈ চাৰি বেছি
উদাহরণ : ভগৱান ৰামক চৈধ্য বছৰৰ বনবাস দিয়া হৈছিল
ইনস্টল