অর্থ : যি ঠাই কাৰোবাৰ বাবে ভালদৰে পৰিচিত
উদাহরণ :
এলাহাবাদতো মোৰ বাবে ঘৰৰ নিচিনা
অর্থ : ৰেখা আদিৰে ঘেৰি থকা স্থান
উদাহরণ :
তেওঁ নিজৰ উত্তৰ বহীত ঘৰ বনাই আছে
অর্থ : নিজৰ দেশ
উদাহরণ :
আমেৰিকাত দুবছৰ কটোৱাৰ পিছত শ্যাম স্বদেশলৈ ঘূৰিল
সমার্থক : নিজ দেশ, স্বদেশ, স্বৰাষ্ট্র
অর্থ : গুটিৰে খেলা খেলত গুটি চলাবৰ কাৰণে কাগজ, কাঠ আদিৰ ওপৰত বনোৱা বিভাগ
উদাহরণ :
তেওঁ ্দবা খেলৰ গুটিটোক আগৰ ঘৰলৈ আগবঢ়াই দিলে