অর্থ : গছপুলি আদি ৰুবৰ কাৰণে খেতিপথাৰ, বাগিছা আদিৰ অলপ দূৰে-দূৰে ঘূৰণীয়া কৰি সজা একধৰণৰ যতন বিশেষ
উদাহরণ :
খেতিয়কে অসমান পথাৰডৰাত ঘেৰা সাজি আছে
অর্থ : চাৰিওফালে ৰখা বা আগুৰি লোৱা
উদাহরণ :
শ্যামে সিহঁতৰ বাগিচাখন কাঁইটীয়া তাঁৰেৰে ঘেৰি আছে
সমার্থক : ঘেৰ দিয়া, ঘেৰি থকা, ঘেৰি লোৱা-, বেৰা