অর্থ : চাৰিওফালে ফুৰা
উদাহরণ :
বেংকৰ বিষয়াই ঋণ অনুমোদনৰ কামত মোক বহুত ঘূৰালে
অর্থ : দিশ পৰি্বর্তন ্কৰা
উদাহরণ :
পথ সলাবৰ কাৰণে ড্রাইভাৰে গাড়ীখন ঘূৰালে
অর্থ : পৰিভ্রমণ কৰাত প্রবৃত্ত কৰা বা চাৰিওফালে ঘূৰা কার্য
উদাহরণ :
গাইডে আমাক গোটেই চহৰখন ঘূৰোৱা
সমার্থক : ফুৰোৱা
অর্থ : ভুল কথাৰে বা পথেৰে পৰিচালিত কৰা কাৰ্য
উদাহরণ :
তেওঁ ্মোক নিজৰ কথাৰে ঘূৰাই দিলে
অর্থ : বতাহত ইফালে-সিফালে হালি থকা
উদাহরণ :
প্রতিদ্বন্দ্বীয়ে প্রহাৰ কৰাৰ আগেয়ে তৰোৱাল ঘূৰাই আছে