অর্থ : কোনো প্রয়াসত ইফালে-সিফালে ঘূৰা
উদাহরণ :
এই চাকৰিটো পাবৰ কাৰণে মই বহুত দৌৰিলোঁ
সমার্থক : দৌৰা, লৰা-ঢপৰা কৰা
অর্থ : ঠাই সলনি নকৰাকৈ কোনো বস্তু নিজৰ পথেৰে ঘূৰা কার্য
উদাহরণ :
পৃথিৱীয়ে নিজৰ কক্ষপথত থাকি ঘূৰে