অর্থ : চেতন অৱস্থাৰ মাজতে কিছু সময়ৰ কাৰণে অলস হৈ যোৱা অৱস্থা যাৰ ফলত প্রাণীয়ে শাৰীৰিক আৰু মানসিক বিশ্রাম লাভ কৰে
উদাহরণ :
টোপনি কম হোৱাৰ কাৰণে ভাগৰ ভাগৰ লাগি আছে
সমার্থক : চকু জাপ খোৱা-, টোপনি, নিদ্রা
অর্থ : চকীদাৰে পহৰা দিয়াৰ সময়ত থাকিবৰ কাৰণে সৰুকৈ সজা ঘৰ
উদাহরণ :
সেই সময়ত গুমটিটোত কোনো নাছিল
সমার্থক : গুমটি