সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : গৰমৰ দিন
উদাহরণ : গৰমকালি বেছিকৈ পিয়াহ লাগে
সমার্থক : গ্রীষ্ম, গ্রীষ্ম ঋতু, গ্রীষ্ম কাল, গ্রীষ্মকাল, গৰম কাল, গৰম দিন, গৰমকালি, ঘামকাল, ঘামকালি
অর্থ : উষ্ণতা বা তাপ থকা
উদাহরণ : বসন্ত ঋতু শেষ হোৱাৰ লগে লগে জলবায়ু গৰম হʼবলৈ ধৰে
সমার্থক : অত্যুষ্ণ, অশীতল, উত্তপ্ত, উত্তাপিত, উষ্ণ, তপত, তপ্ত, তাপময়, তাপযুক্ত
অর্থ : ৰং সিদ্ধান্ত অনুসৰি উষ্ণতা প্রদান কৰোতা
উদাহরণ : ৰঙা এবিধ উষ্ণ ৰং
সমার্থক : উষ্ণ
অর্থ : তপত হোৱা
উদাহরণ : গৰম টাৱাখনত ৰুটি সেকা উচিত নহʼলে লাগি ধৰিব পাৰে
সমার্থক : তপত, তপ্ত
অর্থ : গৰম উৎপন্ন কৰা বা বৃদ্ধিকৰোতা
উদাহরণ : এই কোটচোলাটো বৰ গৰম
ইনস্টল