পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে গ্রহণ কৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

গ্রহণ কৰা   ক্ৰিয়া

অর্থ : কাৰোবাৰ পৰা বা কʼৰবাৰ পৰা কোনো বস্তু আদি নিজৰ হাতলৈ অনা বা অধিকাৰ কৰা:মোৰ কিতাপখন কোনে লʼলে ? তেওঁ অধ্যক্ষৰ হাতৰ পৰা পুৰস্কাৰ গ্রহণ কৰিলে

উদাহরণ :

সমার্থক : লোৱা

অর্থ : * কোনো ভূমিকা বা পদ আদি গ্রহণ কৰা

উদাহরণ : নিজৰ মাজতে বিচাৰ-বিশ্লেষণ কৰি সুৰেশে অধ্যক্ষৰ পদটো গ্রহণ কৰিলে

সমার্থক : লোৱা, স্বীকাৰ কৰা

অর্থ : কোনো দায়িত্ব, কাম আদি কৰাৰ দায়িত্বভাৰ লোৱা

উদাহরণ : বিয়াৰ গোটেই দায়িত্বভাৰ মই লʼলোঁ

সমার্থক : লোৱা, স্বীকাৰ কৰা