সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ৰছী আদিত থকা পাক
উদাহরণ : কোনো ৰচীত যিমান গোঠনি থাকে সিমানে ৰছিডাল মজবুত হয়
সমার্থক : পাক, মেৰ
অর্থ : গোঁঠিলে পোৱা আকৃতি
উদাহরণ : চুৱেটাৰৰ জালযুক্ত গোঁঠনিক ্তেওঁ পচন্দ কৰিলে
অর্থ : বোৱা বা গোঁঠা কার্য
উদাহরণ : মালতীৰ চুৱেটাৰৰ গোঁঠনি ভাল
সমার্থক : বোৱন
ইনস্টল