সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তু সৰি নষ্ট হোৱা বা গেলিব ধৰা কার্য
উদাহরণ : পাত আদি পচনৰ ফলত সাৰ হয়
সমার্থক : পচন, পচা
অর্থ : কোনো বস্তু গলি যোৱা আৰু তাৰ পৰা দুর্গন্ধ ওলোৱা বিকাৰ
উদাহরণ : ফলমূল, শাক-পাচলি আদি সোনকালে গেলি যায়
সমার্থক : গেলি যোৱা, গেলি-পচি যোৱা
অর্থ : ফল আদি বেয়া হোৱা বা গলিবলৈ ধৰা কার্য
উদাহরণ : পাচিত ৰখা ফলবোৰ গেলিছে
সমার্থক : টেঙা হোৱা, পঁ্চা
অর্থ : যিটো নষ্ট হৈ গৈছে
উদাহরণ : গেলা বস্তুখিনি ডাষ্টবিনত পেলাই দিয়া
সমার্থক : বেয়া
অর্থ : পুঁজেৰে ভৰি থকা
উদাহরণ : গেলা ফোঁহাটো সদায় চফা কৰা উচিত
সমার্থক : পকা
ইনস্টল