সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো গ্রহণ কৰা হৈ গৈছে
উদাহরণ : লোকসভাত গৃহীত বিধেয়কখন সোনকালেই বলৱৎ হʼব
সমার্থক : পাছ
অর্থ : যিটো অংগীকাৰ কৰা হৈছে বা যাক নিজৰ দায়িত্বত লোৱা হৈছে
উদাহরণ : তেওঁ নিজৰ কার্যভ্াৰ হাঁহিমুখে স্বীকাৰ কৰিলেএই সংস্থাটো চৰকাৰৰ দ্বাৰা স্বীকৃত
সমার্থক : অংগীকৃত, অঙ্গীকৃত, পৰিগৃহীত, স্বীকাৰ, স্বীকৃত
ইনস্টল