সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো ভিতৰুৱা ৰহস্য জানোঁতা
উদাহরণ : গুপ্তচৰে গোটেই ৰহস্যটোৰ ভেদ ভাঙিলে
সমার্থক : চি আই ডি, চৰিয়া, ৰিপুৱা
অর্থ : গুপ্তভাৱে কোনো কথাৰ সম্ভেদ লোৱাজন
উদাহরণ : চোৰাংচোৱাৰ পৰা খবৰ পোৱাৰ পিছত পুলিচে তালাচী চলায় নকল নোট চপোৱা দল এটাক ধৰিলে
সমার্থক : চোৰাংচোৱা, চৰীয়া
ইনস্টল