সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : প্রতিধ্বনি হোৱা বা শ্্ব্দ হোৱা
উদাহরণ : শংখৰ প্রতিধ্বনিত স্বৰ চাৰিওফালে প্রসাৰিত হৈছে
সমার্থক : অনুনাদিত, প্রতিধ্বনিত
অর্থ : ভোমোৰাৰ গুঞ্জনৰ সৈতে যুক্ত
উদাহরণ : তেখেতে গুঞ্জিত উপবনৰ সৌন্দর্য উপভোগ কৰি আছে
সমার্থক : গুঞ্জিত, ধ্বনিত
অর্থ : গুঞ্জন কৰি থকা
উদাহরণ : গায়কৰ স্বৰৰ দ্বাৰা গুঞ্জিত ভৱনত সকলো শান্ত হৈ বহি আছিল
ইনস্টল