অর্থ : যিজন গুজৰাটৰ নিবাসী
উদাহরণ :
গুজৰাটত হোৱা ভূমিকম্পই কিমান যে গুজৰাটীক অঘৰী কৰিলে
সমার্থক : গুজৰাট বাসী, গুজৰাট-বাসী
অর্থ : গুজৰাট ৰাজ্যৰ ভাষা
উদাহরণ :
গুজৰাটীলোকৰ মাজত থাকি থাকি ্তেওঁ গুজৰাটী কʼবলৈ ধৰিলে
সমার্থক : গুজৰাটী ভাষা
অর্থ : গুজৰাটত থকা বা বসতি কৰা
উদাহরণ :
গুজৰাটী লোকে বহুত পৰিশ্রম কৰিব পাৰে
অর্থ : গুজৰাটী ভাষাৰ সৈতে সম্বন্ধ থকা বা গুজৰাটী ভাষাৰ
উদাহরণ :
তেওঁ নৰসিংহ মেহতাই লিখা গুজৰাটী গ্রন্থ পঢ়ি আছে
অর্থ : গুজৰাট সম্বন্ধীয়
উদাহরণ :
নৱৰাত্রিত গুজৰাটী লোকে দাণ্ডি নৃত্য কৰে