অর্থ : মানুহৰ মাজত বিয়পি পৰা মিছা কথা
উদাহরণ :
আমি উৰা-বাতৰিত মন নিদি সত্যতাৰ অনুসন্ধান কৰা উচিত
সমার্থক : উৰা-বাতৰি
অর্থ : উৰা-বাতৰি প্রচাৰিত হোৱা
উদাহরণ :
ৰাইজক অনুৰোধ কৰিছো যে সেই গুজবৰ প্রতি গুৰুত্ব নিদিব