অর্থ : আদালতত কোনো গোচৰ উপস্থাপন কৰা ব্যক্তি
উদাহরণ :
ফৰিয়াদীয়ে নিজৰ পক্ষক সবল কৰিবলৈ ভালেমান প্রমাণ গোটাইছে
সমার্থক : অভিযোগকাৰী, ফৰিয়াদী
অর্থ : অভিযোগ লগোৱা কার্য
উদাহরণ :
তেওঁ বহুত ্ ভাবি-চিন্তি গুচৰীয়াৰ আঁচনি প্রস্তুত কৰিছে
সমার্থক : ফৰিয়াদী