সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : শত্রুৰ পৰা ৰক্ষা পাবৰ কাৰণে চাৰিওপিনৰ পৰা দেৱালেৰে আগুৰা আৰু সুদৃঢ়ভাৱে সজা ভৱন
উদাহরণ : মোগল যুগৰ দুর্গবোৰ স্থাপত্য কলাৰ ভাল নিদ্্র্শন
সমার্থক : কিলা, কিল্লা, কোঠ, দুর্গ
অর্থ : একতকৈ অধিক ৰাশি যোগ কৰি সেই সংখ্যাৰে ভাগ কৰিলে লাভ কৰা ৰাশি
উদাহরণ : দুই আৰু চাৰিৰ মধ্যমান ৰাশি তিনি
সমার্থক : মধ্যমান
অর্থ : সুৰক্ষাৰ কাৰণে চাৰিওফালে সাজি লোৱা দেৱাল
উদাহরণ : সৈনিকে গড় ভাঙি কিল্লাটোত সোমাই পৰিল
সমার্থক : কোঠ, প্রাচীৰ
ইনস্টল