পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে খৰচ কৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

খৰচ কৰা   ক্ৰিয়া

অর্থ : ব্যৱহাৰ বা কামত অহা

উদাহরণ : ৰাজগীৰে এই ঘৰটোত এশ বস্তা চিমেণ্ট লগালে

সমার্থক : লগোৱা

অর্থ : কোনো বস্তু মানুহৰ সন্মুখত ব্যৱহাৰ কৰিবৰ কাৰণে ৰখা বা আনক ব্যৱহাৰ কৰিবলৈ দিয়া

উদাহরণ : মহাজন ধনীৰামে নিজৰ লʼৰাৰ জন্মদিনত বহুত ধন খৰচ কৰিলে

সমার্থক : ক্ষয় কৰা, নোহোৱা কৰা, শেষ কৰা