অর্থ : কোনো বস্তুৰ সন্মুখৰ আচ্ছাদন বা ওপৰৰ আৱৰণ আঁতৰোৱা
উদাহরণ :
সময় হোৱাৰ লগে লগে মঞ্চৰ আঁৰ্কাপোৰ খোল খালে
সমার্থক : খোল খোৱা
অর্থ : গুপ্ত বা গূঢ় কথা প্রকট বা স্পষ্ট কৰা
উদাহরণ :
তেওঁ নিজৰ প্রেম বিবাহৰ ৰহস্য খুলিলে
অর্থ : বন্ধা অথবা জোৰা লগোৱা বস্তু আঁতৰি যোৱা
উদাহরণ :
মোৰ ধুতিখন খুলি গʼল আপোনাৰ কামিজৰ বুটামটো খুলি গʼল
সমার্থক : খুলি যোৱা
অর্থ : ঢকা বা বাধা দিয়া বস্তু আঁতৰোৱা
উদাহরণ :
কোনোবা আদিছে, দুৱাৰখন খোলা
অর্থ : কোনো সঁজুলিৰ মেৰামতি কৰিবৰ বাবে তাৰ অংগবোৰ পৃথক কৰা
উদাহরণ :
ঘড়ীৰ মেকানিকে বেটাৰী লগাবৰ বাবে ঘড়ীটো খুলিলে
অর্থ : বন্ধন, গাঁঠি আদি খোলা
উদাহরণ :
জোতাৰ ৰচীডাল খোলা
অর্থ : নিতৌ কার্য আৰম্ভ ্হোৱা
উদাহরণ :
এই বেংকটো ন বজাত খোলে
অর্থ : নতুনকৈ আৰম্ভ কৰা
উদাহরণ :
প্রতিবেশীয়ে বাচনৰ আৰু এখন দোকান খুলিলে
অর্থ : বেংক আদিত খাটা আৰম্ভ কৰা
উদাহরণ :
ইয়াৰ সকলো কর্ম্্চাৰীয়ে কানাড়া বেংকত খাটা খুলিছে
অর্থ : ঢাকি নৰখা বা আৱৰি নৰখা
উদাহরণ :
উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা
সমার্থক : অনাচ্ছাদিত, অনাবৃত, অনাৱেষ্টিত, আৱৰণহীন, উদং, উন্মুক্ত, ঢঢৈয়া, ঢাকনহীন, ধোবাং বাং, ফলং লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি
অর্থ : যিটো বন্ধ নহয়
উদাহরণ :
খোলা দুৱাৰেদি কুকুৰটো ভিতৰলৈ আহিল
অর্থ : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক
উদাহরণ :
সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে
সমার্থক : অকপট, উদাৰ, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰচেতা, উদাৰমতি, উদাৰমনা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে