সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : চলাচল কৰা ঢং
উদাহরণ : তুমি এনেকৈ ঢলং-পলং খোজেৰে কিয় গৈ আছে
সমার্থক : খোজ-কাটল
অর্থ : খোজকাঢ়িবলে বা দৌৰিবলে এঠাইৰ পৰা উঠাই আন এঠাইত ভৰি ৰখা কার্য
উদাহরণ : তেওঁ ্সোনকালে ঘৰ গৈ পাবলে দীঘল-দীঘলকৈ খোজ দিছিল
সমার্থক : কদম
অর্থ : এটা খোজেৰে ঠিক কৰা দূৰত্ব
উদাহরণ : মোৰ ঘৰ ইয়াৰ পৰা প্রায় আঠ-দহ খোজ দূৰত অৱস্থিত
অর্থ : কোনো বস্তু কʼত কেনেকৈ আছে সেইয়া চাবৰ কাৰণে বা পাবলৈ বিচাৰ কৰা কার্য
উদাহরণ : কলম্বাছে আমেৰিকাৰ আৱিষ্কাৰ কৰিছিল
সমার্থক : আৱিষ্কাৰ, সন্ধান
ইনস্টল