সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো এক স্থানত বিভিন্ন ঠাইৰ পৰা আহি লগ-লগা ৰেখা বা ধৰাতলৰ কাষৰ ঠাই:বজাৰৰ দক্ষিণ কোণত মিঠাইৰ দোকানখন আছে
উদাহরণ :
সমার্থক : কোণ, কোণা, খোহ, চুক
অর্থ : চাৰিওফালে বেৰ আদিৰে আৱৰি ৰখা ঘৰৰ সৰু অংশ:মোৰ কোঠাটো দুই নম্বৰ পথৰ সমীপতে আছে
সমার্থক : কক্ষ, কামৰা, কুঠলি, কুঠৰী, কেবিন, কোঠা, কোঠালি, খোটালি, ৰূম
ইনস্টল