অর্থ : কোনো বস্তু আদিক আটক কৰিবলৈ লগোৱা সৰু খাৰু বিশেষ
উদাহরণ :
তেওঁ ্ দুৱাৰৰ শিকলিডাল খাৰুত লগাই তলা মাৰি দিলে
সমার্থক : খাৰু
অর্থ : ক্ষাৰৰ বা ক্ষাৰ সম্বন্ধীয়
উদাহরণ :
খাৰুৱা বস্তুত খাৰ বা ক্ষাৰৰ গুণ পোৱা যায়
সমার্থক : ক্ষাৰধর্মী, ক্ষাৰীয়