অর্থ : বহুত বেছি পৰিশ্রম কৰা
উদাহরণ :
বনুৱাই দিনৰ দিনটো খাটে আৰু তেতিয়াহে দিনটোৰ দুসাজ ৰুটি যোগাৰ কৰিব পাৰে
অর্থ : কাৰোবাৰ দ্বাৰা বহুত কাম কৰোৱা
উদাহরণ :
উর্মিলাই নিজৰ সতিনীৰ জীয়েকক দিনে ৰাতিয়ে ঘৰৰ কামত খটায়
সমার্থক : কামত লগোৱা