সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : জীৱ-জন্তুক মৰা-কটা আৰু শাৰীৰিকভাৱে কষ্ট দিয়া বৃত্তি
উদাহরণ : গান্ধীজী হিংসাৰ বিৰোধী আছিল
সমার্থক : হিংসা, হিংস্রতা
অর্থ : ক্রুৰ স্বভাৱৰ
উদাহরণ : কংসৰ ক্রুৰতাৰ সেই সময়তে প্রমাণ পোৱা গʼল যেতিয়া তেওঁ নিজৰ পিতৃক বন্দী কৰালে
সমার্থক : নিষ্ঠুৰতা
ইনস্টল