অর্থ : যিজনে বিপ্লৱৰ পক্ষ লৈছে
উদাহরণ :
বিপ্লৱীয়ে বিপ্লৱৰ জৰিয়তে সমাজৰ আমূল পৰি্ৱর্তন ্সাধন কৰিব বিচাৰে
সমার্থক : বিপ্লৱী
অর্থ : বিপ্লৱ কৰা বা বিচৰা ব্যক্তি
উদাহরণ :
ভাৰতমাতাক স্বাধীন কৰিবৰ কাৰণে কিমান যে বিপ্লৱীয়ে হাঁহি-্হাঁহি ্ফাঁচি জৰীক ্আকোঁৱালি লʼলে
সমার্থক : বিপ্লৱী