সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বহুমূলীয়া বা উৎকৃষ্ট বস্তুৰ সংগ্রহ
উদাহরণ : তেওঁৰ ওচৰত পুৰণি মুদ্রা, গহণা আদিৰ ভাণ্ডাৰ আছে
সমার্থক : কোষ, ভঁৰ্াল, ভঁৰ্াল ঘৰ, ভাণ্ডাৰ
অর্থ : বহুত ধন থকা কোষ বা স্থান
উদাহরণ : ডকাইতে কোষাগাৰত থোৱা সকলো ধন লুট কৰি লৈ গʼল
সমার্থক : কোষ, খাজানা, ভাণ্ডাৰ
অর্থ : ৰজা বা ধনীসকলে কাপোৰ বা গহনা ৰখা ডাঙৰ কোঠা বা স্থান
উদাহরণ : চোৰবোৰে কোষাগাৰৰ চিপাহীক বেহুচ কৰি দিলে
ইনস্টল