অর্থ : কোমল বা অদৃঢ় হোৱা অৱস্থা বা ভাৱ
উদাহরণ :
সহজতে ভাগি যোৱা বস্তুৱে নিজৰ অদৃঢ়তাৰ পৰিচয় দিয়ে
সমার্থক : অদৃঢ়তা, অপৰিপক্কতা
অর্থ : কোমল হোৱা অৱস্থা বা ভাব
উদাহরণ :
ফুলৰ কোমলতাই সকলোকে আকর্ষিত কৰে
অর্থ : সুকোমল বা মোলায়েম হোৱা অৱস্থা বা ভাব
উদাহরণ :
ৰাম, লক্ষ্মণ আৰু সীতাৰ কোমলতা দেখি বনবাসীসকলৰ মনত দয়া উপজিল