অর্থ : মৈদাৰে তৈয়াৰ কৰা শংকু আকৃতিৰ বস্তু যʼত আইচক্রীম ভৰাই খোৱা হয়
উদাহরণ :
কোণ বহুত মচমচীয়া হʼলে খাই ভাল লাগে
সমার্থক : আইচক্রীম কোণ
অর্থ : দুডাল সৰল ৰেখা পৰস্পৰ লগহোৱা স্থান
উদাহরণ :
এই কোণটো পঞ্চল্লিশ ডিগ্রীৰ