অর্থ : বিদ্যালয়ৰ শ্রেণীলমূহৰ বেৰত লগোৱা কʼলা বৰণৰ আখৰ লিখিব পৰা ফলক বিশেষ
উদাহরণ :
কৃষ্ণফলকত সদায় নীতি-বাক্য লিখা হয়
সমার্থক : ব্লেকবʼর্ড, ব্লেকবোর্ড
অর্থ : লিখিবৰ বাবে ব্যৱহাৰ কৰা কাঠেৰে তৈয়াৰী কʼলা ৰঙৰ চাৰিচুকীয়া ফলক
উদাহরণ :
গুৰুজীয়ে কৃষ্ণফলকত গণিতৰ প্রশ্ন লিখি আছে
সমার্থক : ব্লেকবʼর্ড