অর্থ : স্বামী বা অন্নদাতাৰ কাম বা সেৱা বিশ্বাসযোগ্যতাৰে কৰোতাজন
উদাহরণ :
সকলো চাকৰেই বিশ্বাসী নহয়
সমার্থক : প্রভুভক্ত, বিশ্বাসী, স্বামীভক্ত
অর্থ : নিজক কৰা উপকাৰ মানি লোৱা লোক
উদাহরণ :
আপুনি মোক জেললৈ যোৱাৰ পৰা ৰক্ষা কৰা কাৰণে মই আপোনাৰ ওচৰত কৃতজ্ঞ
সমার্থক : কৃতজ্ঞতাবদ্ধ, কৃতার্থ, ধন্য, বাধিত