অর্থ : বিফলতাৰ কাৰণে হোৱা নিৰাশা
উদাহরণ :
বাৰে-বাৰে পৰীক্ষাত অসফল হোৱাৰ কাৰণে তেওঁ কুণ্ঠাৰে গ্রস্ত হৈ পৰিছে
অর্থ : হয় বা নহয় সূচক স্থিতি
উদাহরণ :
আপুনি মোক পইচা খুজি মোক দ্বিধাত পেলালে
সমার্থক : অনিশ্চয়তা, খকজা, খোকোজা, দুই নাৱত দুই ভৰি, দোদুল্যমানতা, দোধা, দোধোৰ-মোধোৰ, দ্বিধা, দ্বৈধ, বিবুদ্ধিতা