ঘন জংঘল (বিশেষ্য)
যি জংঘল বহুত ডাঠ বা ঘন
ৰতিবিহ্বল (বিশেষণ)
যাৰ কামবাসনা বহুত
ভোদা (বিশেষ্য)
যাৰ বুদ্ধি নাই বা কম
নটী (বিশেষ্য)
ধন লৈ সম্ভোগ কৰোৱা নাৰী
বেতসলতা (বিশেষ্য)
এবিধ ্ কাঁইটীয়া লেহুকা গছ যাৰ গা-গছৰ পৰা পাচি, খৰাহি, মূঢ়া, চকী, টেবুল, লাখুটি, ৰচী আদি তৈয়াৰ কৰা হয়
হেতু (বিশেষ্য)
যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়
নীলকণ্ঠ (বিশেষ্য)
এজন সৃষ্টিনাশক হিন্দু দেৱতা
পশ্চাদপট (বিশেষ্য)
মূর্তি অথবা ছবিৰ সকলোতকৈ পিছত থকা অংশ যি অংকিত দৃশ্যৰ ঘটনাৰাজি বোধ্যগম্য হোৱাত সহায়ক হয়
পাদুকা (বিশেষ্য)
সুৰক্ষাৰ কাৰণে ভৰিত পিন্ধা চামৰা, কাপোৰ আদিৰে তৈয়াৰ কৰা গোটেইকেইটা আঙুলি ঢাকি ৰখা এবিধ সামগ্রী
পলে পলে (ক্ৰিয়া বিশেষণ)
প্রতি পল