অর্থ : কাশ্মীৰ ৰাজ্যৰ নিবাসী
উদাহরণ :
আজিৰ প্রতিজন কাশ্মীৰীয়েই সন্ত্রাসবাদৰ আতংকময় পৰিৱেশত জীৱন নি্র্বাহ কৰি আছে
সমার্থক : কাশ্মীৰ বাসী
অর্থ : কাশ্মীৰী ভাষাৰ সৈতে সম্বন্ধ থকা
উদাহরণ :
তেওঁ ্কাশ্মীৰী সাহিত্যৰ অধ্যয়ন কৰি আছে
অর্থ : কাশ্মীৰত থকা বা বসতি কৰা
উদাহরণ :
কাশ্মীৰী জনতা সন্ত্রাসবাদীৰ সন্ত্রাসৰ দ্বাৰা পীড়িত হৈ আছে
অর্থ : যিটো কাশ্মীৰৰ সৈতে সম্পর্কযুক্ত বা কাশ্মীৰৰ
উদাহরণ :
তেওঁৰ মূৰত কাশ্মীৰী টুপি সুশোভিত আছিল