সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাৰোবাৰ ওপৰত আৰোপ কৰা দোষ
উদাহরণ : নভবা নিচিন্তাকৈ কাৰো চৰিত্রত কলংক সনা উচিত নহয়
সমার্থক : অপযশ, কলংক, দাগ, লাঞ্ছনা
অর্থ : ধোঁৱা জমা হৈ হৈ হোৱা কʼলা অংশ
উদাহরণ : বেৰত লগা এলান্ধুবোৰ চাফা কৰা
সমার্থক : আলান্ধু, এলান্ধু, কʼলা-ছাই
অর্থ : কʼলা হোৱা অৱস্থা
উদাহরণ : আজিকালি চেহেৰাৰ কʼলা পৰা আঁতৰ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ প্রসাধন ওলাইছে
সমার্থক : কʼলা পৰা
ইনস্টল