অর্থ : দাঁত আদি বহুৱাই টুকুৰা, আঘাত বা ঘাঁ কৰা:ৰাতি শুৱাৰ সময়ত মহে বৰকৈ কামুৰিলে
উদাহরণ :
অর্থ : মুখত ভৰাই লৈ দুয়োপাৰি ্দাঁতেৰে বাৰে-বাৰে হেঁ্চা কার্য
উদাহরণ :
তেওঁ কলমটো কামুৰি আছে
সমার্থক : কামুৰি থকা, চোৱোৱা
অর্থ : মূৰৰ বিষ কৰা
উদাহরণ :
আধাঘণ্টাৰ পৰা মোৰ মুৰ কামুৰি আছে