অর্থ : কোনো কার্য সম্পন্ন ্ কৰা অৱস্থা:এই কামটো কৰি হোৱাৰ পিচত মই আপোনাৰ কামখিনি কৰিম
উদাহরণ :
সমার্থক : কার্য ্ কৰা
অর্থ : * অস্থায়ীভাৱে কাৰোবাৰ স্থানত কাম কৰা আৰু তেওঁৰ ্ দায়িত্ব পালন কৰা
উদাহরণ :
গজাননে ছুটী লোৱাত দীপকে তেওঁৰ ্ কামো কৰিব
সমার্থক : দায়িত্ব লোৱা