অর্থ : কোনো সঁজুলি আদিত যিডাল তাৰ বা কাটাই কোনো বিশেষ পৰিমাণ, সংখ্যা, দিশ আদি নির্দেশ কৰে
উদাহরণ :
এই ঘড়ীটোৰ ঘন্টাৰ কাটাডাল ৰৈ গʼল
অর্থ : মানুহে আহাৰ খাওতে ব্যৱহাৰ কৰা ত্রিশুলৰ নিচিনা এবিধ আহিলা
উদাহরণ :
কাটা, ছুৰিৰে আহাৰ খোৱাৰ ঢং সকলোৱে নাজানে
সমার্থক : কাঁটা
অর্থ : কোনো জোখ-মাখ কৰা উপকৰণত লাগি থকা দীঘল, মিহি, জোঙা অংশ, যি কোনো জোখ-মাপ দেখুৱায়
উদাহরণ :
কম্পাচৰ কাঁটাই উত্তৰ-দক্ষিণ সূচিত কৰিছে
সমার্থক : কাঁটা