অর্থ : শুকান ৰূপত পোৱা এবিধ বাদামজাতীয় ফল!
উদাহরণ :
তেওঁ পুষ্টি লাভৰ কাৰণে সদায় কাজু, কিচমিচ আদি খায়
অর্থ : এবিধ চিৰসেউজ গছ যাৰ ফল.....
উদাহরণ :
এটা বান্দৰে কাজু গছৰ ডাল লৰাই আছে
সমার্থক : কাজু গছ, কাজু বাদামৰ গছ