সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : অনাহকত তর্ক কৰি থকা ব্যক্তি
উদাহরণ : কাজিয়াখোৰ ব্যক্তিৰ সৈতে কথা পতা উচিত নহয়
সমার্থক : কুতৰ্কী, বিতণ্ডাবাদী
অর্থ : যি সম্বন্ধত কাজিয়া বা গণ্ডগোল হʼব পাৰে
উদাহরণ : মই কোনো কন্দলীয়া বিষয়ত সোমাব নিবিচাৰোঁ
সমার্থক : কন্দলীয়া, দন্দখোৰ
অর্থ : সমানে সমানে কাজিয়া কৰোঁতা
উদাহরণ : কাজিয়াখোৰ মানুহৰ পৰা আঁতৰি থকাই ভাল
সমার্থক : কলহপ্রিয়, ্কর্কশ
অর্থ : যি ্কর্কশ ্স্বভাৱৰ বা যিয়ে কাজিয়া কৰি থাকে
উদাহরণ : মনোহৰ এজনী উগ্রা নাৰীৰ পাল্লাত পৰিল
সমার্থক : উগ্রা, দন্দুৰী
ইনস্টল