অর্থ : কলাৰ প্রতি ৰুচি থকা লোক
উদাহরণ :
এগৰাকী কলাপ্রেমীয়ে একান্তমনে কলাবীথিকাত চিত্র চাই আছিল
সমার্থক : কলা-প্রেমী, কলাপ্রেমী
অর্থ : যি কলা ভালপায়
উদাহরণ :
কিছুমান কলা-প্রেমী ব্যক্তিৰ সহায়ত এই নাট্যশালাৰ নি্র্মাণ কৰা হৈছে
সমার্থক : কলা-প্রেমী, কলাৰসিক