অর্থ : ব্যাকৰণত যি কাৰকে ক্রিয়াৰ কার্য ্সম্পাদন কৰে
উদাহরণ :
কর্তাৰ বিভক্তি এ ৰামে ভাত খালে-ত ৰাম কর্তা
সমার্থক : কর্তা কাৰক
অর্থ : যি কোনো কাম কৰে
উদাহরণ :
বিয়াত কর্তাৰ অভাৱৰ কাৰণে ব্যৱস্থাপনা ভালদৰে কৰিব পৰা নগʼল