অর্থ : দেহত এক শিহৰণ অনুভৱ কৰা
উদাহরণ :
ঠাণ্ডাৰ কাৰণে তেওঁৰ শৰীৰ ্ কঁপি আছে
সমার্থক : কঁপনি উঠা, কঁপি-জপি থকা, কম্পন হোৱা, কম্পিত হোৱা
অর্থ : ভয় আদিৰ কাৰণে কঁপিবলৈ ধৰা
উদাহরণ :
উগ্রপন্থীক দেখি সোহনৰ গোটেই শৰীৰ থৰথৰ কৰিবলৈ ধৰিলে
সমার্থক : কঁপিবলৈ ধৰা, কম্পিত হোৱা, থৰথৰ কৰা, থৰথৰি হোৱা, থৰহৰি কম্পমান হোৱা