অর্থ : কোনো কিতাপ আদি ছপা কৰি অনা
উদাহরণ :
তেওঁৰ কবিতাৰ আৰু এটা নতুন সংস্কৰণ ওলাইছে
সমার্থক : প্রকাশিত হোৱা
অর্থ : ওচৰৰ পৰা গৈ থকা বা হাতত নথকা
উদাহরণ :
বদ অভ্যাসৰ কাৰণে তেওঁৰ ্চাকৰিটো গুচি গʼল
সমার্থক : গুচি যোৱা
অর্থ : ফোঁহাৰ ৰূপত শৰীৰত উৎপন্ন হোৱা
উদাহরণ :
গৰমৰ দিনত শুভমৰ শৰীৰত ্ফোঁহা ওলায়
অর্থ : হিচাপ হোৱাৰ পিছত কিছুমান ধন কাৰোবৰ জিম্মাত থাকি যোৱা
উদাহরণ :
আপোনাৰ পৰা মোৰ পাঁচ টকা ওলায়
অর্থ : প্রচলিত হোৱা
উদাহরণ :
ইয়াত সদায় নতু নতুন ফেশ্বনৰ কাপোৰ ওলায়
অর্থ : অনায়াসে উচ্চাৰিত হোৱা
উদাহরণ :
গুলী লগাৰ লগে লগে গান্ধীজীৰ মুখৰ পৰা হেʼ ৰাম ওলাল
অর্থ : অন্য কোনোফালে বাঢ়ি থকা
উদাহরণ :
এই মেজখনৰ কোণাটো অলপ ওলাইছে