সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : প্রকৃতি, প্রবৃত্তি, স্থিতি আদিৰ বিচাৰত কাৰোবাৰ সৈতে মোকাবিলা কৰোঁতে যি আনৰ পক্ষত থাকে
উদাহরণ : মই তেওঁক যি কথা কওঁ তেওঁ ঠিক তাৰ ওলোটা কামহে কৰে
সমার্থক : অন্যথা, উল্টা, বিপৰীত, বিৰুদ্ধ
অর্থ : যি ক্রম, মান্যতা আদি অনুসৰি কাৰোবাৰ বিৰুদ্ধে থকা বা আন পক্ষত থকা
উদাহরণ : তেওঁলোক দুয়ো বিপৰীত চিন্তাধাৰাৰ হোৱা সত্ত্বেও ভাল বন্ধু
সমার্থক : ওভটা, ওভোতা, ওল্টা, পূৰক, প্রতিমুখ, প্রতিলোম, বিপৰীত, বিৰোধী, সম্পূর্ণ বিপৰীত
ইনস্টল