অর্থ : ওপৰত থকা কোনো বস্তৰ কোনো অংশক তললৈ আধাৰহীন ভাৱে ৰখা কার্য
উদাহরণ :
শ্যামে ছাদৰ পৰা এডাল ৰচী ওলমাই আছে
সমার্থক : ওলমাই দিয়া
অর্থ : কোনো কাম আধৰুৱা হৈ থকা বা ৰোৱা
উদাহরণ :
আপোনাৰ কাৰণে মোৰ কামটো ওলমি আছে