অর্থ : সমুদ্র স্তৰৰ পৰা বা ধৰাতলৰ পৰা ওপৰৰ দূৰত্ব
উদাহরণ :
উৰাজাহাজখন বহুত ওপৰত উৰি আছে
সমার্থক : উচ্চতা
অর্থ : লিখা-মেলাৰ একেবাৰে প্রথমত
উদাহরণ :
ওপৰত কিছুমান উদাহৰণ দিয়া হৈছে
অর্থ : সহায়ৰ আধাৰত
উদাহরণ :
মেজৰ ওপৰত ফুলৰ থোপা থোৱা হৈছে